April 2025

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন)

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ তৃতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ আলোকচিত্ৰ স্থানঃ ভাঙৰা গোসাঁই থান, সোণকুৰিহা৷ তাৰিখঃ ৩০/৩/২৫ কাৰ্যসূচী পুৱা ৯ বজাৰ পৰা নলবাৰী জিলাভিত্তিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে অধ্যাপক অনুৰাধা শৰ্মাই। প্ৰায় ৬ কিলোমিটাৰ দূৰত্বৰে এই শোভাযাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। ১ […]

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন) Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (দ্বিতীয় দিন)

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ দ্বিতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আলোকচিত্ৰ। পুৱা ৭ বজাত পতাকা উত্তোলন কৰে নলবাৰী জিলা সাহিত্য সন্মিলনীৰ সভাপতি লক্ষ্মী নাৰায়ণ বৰ্মনে। স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰজউদ্দিন আহমেদে। ইয়াৰ পাছতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্‌ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী অৰূপ বৰপূজাৰীয়ে। ১০ বজাৰ

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (দ্বিতীয় দিন) Read More »