মানৱিকীবিদ্যা বিষয়ৰ গৱেষণা আৰু প্ৰকাশনৰ বাবে প্রয়োজনীয় ডিজিটেল দক্ষতা বিষয়ক তিনিদিনীয়া কর্মশালা

(A Three-day Workshop on Essential Digital Skills for Research and Publication in Humanities) গৱেষণা পত্ৰ লিখন, সম্পাদনা আৰু ডিজিটেল দক্ষতা উন্নয়ন কৰিবলৈ বিচৰা সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটি অত্যন্ত প্ৰয়োজনীয় কর্মশালা৷ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত আয়োজিত এই তিনিদিনীয়া কৰ্মশালাত

মানৱিকীবিদ্যা বিষয়ৰ গৱেষণা আৰু প্ৰকাশনৰ বাবে প্রয়োজনীয় ডিজিটেল দক্ষতা বিষয়ক তিনিদিনীয়া কর্মশালা Read More »