October 2026

দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা সত্ৰ

দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা সত্ৰব্ৰহ্মপুত্ৰ আৰু জ্ঞান পৰম্পৰা: নদী, জ্ঞান, সংস্কৃতি, পৰিস্থিতিতন্ত্ৰ আৰু সমাজৰ পুনৰালোচনা তাৰিখ: ২২ আৰু ২৩ ডিচেম্বৰ, ২০২৬ আয়োজকঃঅসমীয়া সাহিত্য সন্মিলনীআৰুআধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগগুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম সহযোগিতাঃব্ৰহ্মপুত্ৰ ব’ৰ্ড, গুৱাহাটী, অসম বিষয়ৰ পৰিচয়এখন নদী মানেই জ্ঞান, ইতিহাস, সংস্কৃতি, অৰ্থনীতি, স্মৃতি আৰু বিশ্বাসৰ এক জীৱন্ত দলিল৷ নদী এখনক কেন্দ্ৰ কৰি গঢ়

দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা সত্ৰ Read More »

Two-Day National Seminar

Two-Day National Seminar The Brahmaputra and Its Knowledge Worlds: Rethinking Rivers, Knowledge, Culture, Ecology, and Community Dates: 22 & 23 December 2026 Organized byAsomiya Sahitya Sanmilani&Department of Modern Indian Languages and Literary StudiesGauhati University, Guwahati, Assamin collaboration withBrahmaputra Board, Guwahati, Assam CONCEPT NOTERivers are more than geographical formations or channels of water. They are dynamic

Two-Day National Seminar Read More »

ৰাষ্ট্ৰীয় আলোচনা সত্ৰ

জুবিন গাৰ্গৰ জীৱন আৰু কৰ্ম | Life and Works of Zubeen Garg অসমীয়া সংগীত, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ জুবিন গাৰ্গৰ অনবদ্য অৱদানৰ বিভিন্ন দিশৰ এক শৈক্ষিক আৰু গৱেষণামূলক মূল্যায়নৰ উদ্দেশ্যে এখনি ৰাষ্ট্ৰীয় আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে।কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ‘অসমীয়া বিভাগ’ৰ উদ্যোগত, ‘নলবাৰী জিলা সাহিত্য সন্মিলনী’ আৰু ‘নীল-নক্ষত্ৰ’ৰ সহযোগত

ৰাষ্ট্ৰীয় আলোচনা সত্ৰ Read More »

Scroll to Top