July 2026

বানপীড়িতসকলক সাহায্য প্ৰদানৰ বাবে অনুৰোধ

সকলোকে নমস্কাৰ জনাইছোঁ।আমি জনাব বিচাৰোঁ যে- অসমীয়া সাহিত্য সন্মিলনীৰ গোলাঘাট জিলা সমিতি আৰু দৈয়াং শাখা সন্মিলনীৰ সদস্যসকলে বানপীড়িত অঞ্চলসমূহলৈ গৈ সাহায্য আগবঢ়োৱাৰ লগতে উদ্ধাৰ অভিযানতো সহযোগিতা আগবঢ়াইছে। সন্মিলনীৰ বহু কৰ্মী এতিয়াও বানপীড়িত অঞ্চলসমূহত সেৱাৰত অৱস্থাত আছে। আমি সন্মিলনীৰ আন জিলা তথা শাখাসমূহৰ সন্মানীয় সৃজন সতীৰ্থসকলক বিনীতভাৱে আহ্বান জনাওঁ যে এই ভয়াৱহ দুৰ্যোগৰ সময়ত প্ৰত্যেকেই যাতে […]

বানপীড়িতসকলক সাহায্য প্ৰদানৰ বাবে অনুৰোধ Read More »

সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নদেৱলৈ ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ ‘সদস্য বৰেণ্য’ সন্মান

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৫-২৭ বৰ্ষৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে সন্মিলনীৰ সৰ্বোচ্চ সন্মান ‘সদস্য বৰেণ্য’ৰ বাবে নগাঁও জিলাৰ বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী ফণীন্দ্ৰ নাথ গায়নদেৱক মনোনীত কৰা হৈছে৷ উল্লেখনীয় যে, গায়নদেৱে অসম সাহিত্য সভাৰ নগাঁও জিলাৰ উপ-সভাপতিৰ আসন অলংকৃত কৰাৰ লগতে নগাঁও জিলা সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতে গল্প, উপন্যাস, জীৱনী, আলোচনা সাহিত্য, ব্যংগ সাহিত্য ইত্যাদিৰ

সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নদেৱলৈ ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ ‘সদস্য বৰেণ্য’ সন্মান Read More »

Scroll to Top