অসমীয়া সাহিত্য সন্মিলনী আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত বিষ্ণুৰাভা দিৱস উদ্‌যাপন

‘অসমীয়া সাহিত্য সন্মিলনী’ আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় (পুৰণিগুদাম, নগাঁও)ৰ যুটীয়া উদ্যোগত আগন্তুক ২০ জুন, ২০২৬ তাৰিখে মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত ‘বিষ্ণু ৰাভা দিৱস’ উদ্‌যাপন কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানলৈ আপোনালোকক সাদৰেৰে আমন্ত্রণ জনালোঁ। আশা কৰোঁ আপোনালোক অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰিব। স্থানঃ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় (পুৰণিগুদাম, নগাঁও) সময়: ১১.০০ বজাৰ পৰা

অসমীয়া সাহিত্য সন্মিলনী আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত বিষ্ণুৰাভা দিৱস উদ্‌যাপন Read More »