“অস্তিত্ব অপৰাজেয়” জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ প্ৰকাশৰ খবৰ
জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি বিষয়ক সমালোচনাত্মক গ্ৰন্থসম্পাদনা : ড° ভাস্কৰ ভূঞাসম্পাদনা সহযোগী : দীপক বৰা, প্ৰণৱ চক্ৰৱৰ্তী এই গৱেষণাধৰ্মী গ্ৰন্থখনত অসমৰ প্ৰায় ২৫ জন মানসম্পন্ন অধ্যাপক, লেখক আৰু সাহিত্য সমালোচকৰ গৱেষণাধৰ্মী লেখা সংকলিত হৈছে। জুবিন গাৰ্গৰ শিল্পীসত্তা, সামাজিক অৱদান আৰু সাংস্কৃতিক প্ৰভাৱক বিদ্যায়তনিক দৃষ্টিৰে গ্ৰন্থখনৰ প্ৰবন্ধসমূহত বিশ্লেষণ কৰা হৈছে। 📍 গ্ৰন্থখন ১৪ ফেব্ৰুৱাৰী তাৰিখে […]
“অস্তিত্ব অপৰাজেয়” জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ প্ৰকাশৰ খবৰ Read More »

