অসমীয়া সাহিত্য সন্মিলনী পত্রিকা, ২০২৭ বৰ্ষৰ পঞ্চদশ সংখ্যাৰ বাবে গৱেষণা পত্ৰ আহ্বান
অসমীয়া সাহিত্য সন্মিলনী পত্রিকা (ISSN 2347-257X)বিশেষজ্ঞ-পৰ্যালোচিত মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক গৱেষণা পত্রিকাযোগাযোগ: [email protected] / +91 8751943387 ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ দ্বাৰা প্ৰকাশিত অসমীয়া সাহিত্য সন্মিলনী পত্রিকা হৈছে মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক এখন ‘বিশেষজ্ঞ-পৰ্যালোচিত বাৰ্ষিক গৱেষণা পত্রিকা’। এই পত্ৰিকালৈ গৱেষকসকলৰ পৰা ২০২৭ বৰ্ষৰ পঞ্চদশ সংখ্যাৰ বাবে অসমীয়া ভাষাত মৌলিক আৰু অপ্ৰকাশিত গৱেষণা পত্ৰ আহ্বান কৰা
অসমীয়া সাহিত্য সন্মিলনী পত্রিকা, ২০২৭ বৰ্ষৰ পঞ্চদশ সংখ্যাৰ বাবে গৱেষণা পত্ৰ আহ্বান Read More »

