
অসমীয়া সাহিত্য সন্মিলনীৰ দ্বাৰা প্ৰকাশিত অসমীয়া সাহিত্য সন্মিলনী পত্রিকা হৈছে মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক এখন বিশেষজ্ঞ-পৰ্যালোচিত বাৰ্ষিক গৱেষণা পত্রিকা। এই পত্রিকাখন প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা হয়।
গৱেষণাৰ ক্ষেত্ৰসমূহ
সাহিত্য, ভাষাবিজ্ঞান, সাংস্কৃতিক অধ্যয়ন
ইতিহাস, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান
শিক্ষা, গণসংযোগ, লোকসাহিত্য
মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞানৰ অন্যান্য যিকোনো শাখা
গৱেষণা পত্ৰ প্ৰেৰণৰ নিয়মাৱলী
মৌলিকতাৰ ঘোষণা
প্ৰেৰণ কৰা গৱেষণা পত্ৰখন অন্য কোনো ঠাইত প্ৰকাশিত নহয় বুলি গৱেষকে স্বাক্ষৰযুক্ত ঘোষণা পত্ৰ দাখিল কৰিব লাগিব।
শীৰ্ষক আৰু গৱেষকৰ তথ্য
প্ৰথম পৃষ্ঠাত তলৰ তথ্যসমূহ স্পষ্টকৈ উল্লেখ কৰিব লাগিব—
গৱেষণাৰ শীৰ্ষক
গৱেষকৰ সম্পূৰ্ণ নাম
পৰিচয় আৰু প্ৰতিষ্ঠান
ঠিকনা
ই-মেইল
ফোন নম্বৰ
অন্যান্য প্ৰাসঙ্গিক তথ্য
গৱেষণা পত্ৰ লিখনৰ নিয়ম
কেৱল Microsoft Word ছফ্টৱেৰ ব্যৱহাৰ কৰিব
ফণ্ট: বাণীকান্ত বা কালপুৰুষ
ফণ্টৰ আকাৰ: ১২
কেৱল সম্পাদনাযোগ্য soft copy (PDF নহয়) ই-মেইলযোগে প্ৰেৰণ কৰিব
গৱেষণা পত্ৰৰ গঠন
সাৰাংশ (৩৫০টা শব্দৰ ভিতৰত)
বীজ শব্দ (৩–৫টা)
আলোচনা অংশ
উপসংহাৰ
টোকা, তথ্যসূত্র, গ্ৰন্থপঞ্জী
শব্দসীমা
প্ৰায় ৩০০০–৪০০০ শব্দ (তথ্যসূত্র আৰু গ্ৰন্থপঞ্জীসহ)
উদ্ধৃতি শৈলী
MLA 9th Edition অনুসৰি তথ্যসূত্র আৰু গ্ৰন্থপঞ্জী প্ৰস্তুত কৰিব লাগিব।
গৱেষকৰ পৰিচয়
৫০–৭৫ শব্দৰ ভিতৰত গৱেষকৰ সংক্ষিপ্ত পৰিচয় আৰু যোগাযোগৰ তথ্য উল্লেখ কৰিব লাগিব।
গৱেষণা পত্ৰ প্ৰেৰণৰ ই-মেইল
📧 [email protected]
প্ৰকাশন মাচুল
গৱেষণা পত্ৰ প্ৰকাশৰ বাবে গৃহীত হ’লে প্ৰতিজন গৱেষকে ₹১,১০০ টকা পৰিশোধ কৰিব লাগিব।
(গৱেষণা পত্ৰ গৃহীত হোৱাৰ পাছত যোগাযোগ কৰা হ’ব)
গুৰুত্বপূৰ্ণ টোকা
সকলো গৱেষণা পত্ৰ দুবাৰকৈ বিশেষজ্ঞ-পৰ্যালোচিত সমিতিৰ দ্বাৰা গোপন সমীক্ষা (double-blind peer review)ৰ মাজেৰে বিচাৰ কৰি চোৱা হ’ব৷ সম্পাদনা সমিতিয়ে গৃহীত গৱেষণা পত্ৰখনৰ ভাষা আৰু শৈলী উন্নত কৰিবলৈ সম্পাদনা কৰাৰ অধিকাৰ থাকিব।
Asomiya Sahitya Sanmilani Patrika (ISSN 2347-257X) is a peer-reviewed, annual research journal published by the Asomiya Sahitya Sanmilani. Dedicated to the fields of Humanities and Social Sciences, the journal provides a platform for scholarly academic discourse and publishes original, previously unpublished research papers in the Assamese language. To ensure high academic standards, all submitted papers undergo a rigorous double-blind peer-review process conducted by an expert committee.
Aims and Scope The journal welcomes scholarly contributions across a wide array of disciplines, including:
- Literature, Linguistics, and Cultural Studies
- History, Sociology, and Political Science
- Education, Mass Communication, and Folklore
- Any other branches of Humanities and Social Sciences
Submission Guidelines for Authors Researchers and authors wishing to submit their papers must adhere to the following formatting and submission rules:
- Language and Format: Papers must be written in Assamese using MS Word. The text must be typed exclusively in Banikanta or Kalpurush fonts (size 12). Submissions should be sent as editable soft copies (not in PDF format).
- Word Limit: Manuscripts should range between 3,000 and 4,000 words, including references and bibliography.
- Paper Structure: Submissions must include an abstract (up to 350 words), 3 to 5 keywords, main discussion, conclusion, and notes/references.
- Citation Style: References and the bibliography must strictly follow the MLA 9th Edition format.
- Author Details & Declaration: The first page must contain the title of the paper, the author’s full name, identity, address, email, and a brief author profile of 50–75 words. Authors are also required to provide a signed declaration stating that the research paper is original and has not been published elsewhere.
Publication Fee If a research paper is accepted for publication, the author is required to pay a publication fee of ₹1,100.
Editorial & Advisory Boards The journal operates under the guidance of a distinguished Advisory Board and Editorial Board, comprising esteemed professors and academicians from various universities. The editor of the journal changes annually, and an enthusiastic researcher with expertise in language, literature, and culture is entrusted with the responsibility of serving as the editor for each issue. The editorial committee reserves the right to edit accepted papers to improve language and style.
পূৰ্বৰ সংখ্যাসমূহ (Previous Issues)


পঞ্চদশ সংখ্যা (২০২৭ সংখ্যা)ৰ বাবে গৱেষণা পত্ৰ আহ্বান কৰা হৈছে৷ Submission Details →
Contact Information
- Address: Jyoti Bharati, Alokdham, Vitorkhula, Guwahati-781101, Kamrup (M), Assam
- Email: [email protected]
- Phone: +91 8751943387
© 2026 Asomiya Sahitya Sanmilani (sanmilani.com ↗)
