“অস্তিত্ব অপৰাজেয়” জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ প্ৰকাশৰ খবৰ

জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি বিষয়ক সমালোচনাত্মক গ্ৰন্থ
সম্পাদনা : ড° ভাস্কৰ ভূঞা
সম্পাদনা সহযোগী : দীপক বৰা, প্ৰণৱ চক্ৰৱৰ্তী

এই গৱেষণাধৰ্মী গ্ৰন্থখনত অসমৰ প্ৰায় ২৫ জন মানসম্পন্ন অধ্যাপক, লেখক আৰু সাহিত্য সমালোচকৰ গৱেষণাধৰ্মী লেখা সংকলিত হৈছে। জুবিন গাৰ্গৰ শিল্পীসত্তা, সামাজিক অৱদান আৰু সাংস্কৃতিক প্ৰভাৱক বিদ্যায়তনিক দৃষ্টিৰে গ্ৰন্থখনৰ প্ৰবন্ধসমূহত বিশ্লেষণ কৰা হৈছে।

📍 গ্ৰন্থখন ১৪ ফেব্ৰুৱাৰী তাৰিখে ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ যোৰহাটত অনুষ্ঠিত ‘সাহিত্য উৎসৱ’ত উন্মোচন কৰা হয়।
📌 প্ৰকাশক: অসমীয়া সাহিত্য সন্মিলনী
📌 মুঠ পৃষ্ঠা সংখ্যা: ৩৫০
📌 মূল্য: ৩০০ টকা মাত্ৰ

 সূচীপত্ৰ

 সংগীত আৰু কবিতা বিষয়ক
-জুবিন গাৰ্গৰ দুটিমান গীত — ড° অনিল শইকীয়া
-জুবিন গাৰ্গৰ গীতৰ ভাব আৰু ভাষা — ড॰ অনুৰাধা শৰ্মা
-জুবিন গাৰ্গৰ গীতৰ ভাষাৰ ধ্বনি প্ৰসংগ — ড॰ দীপামণি হালৈ মহন্ত
-জুবিনৰ গানঃ কথা আৰু দৰ্শন — ড° বিনীতা বৰা দেৱচৌধুৰী
-জুবিনৰ সাংগীতিক যাত্ৰা আৰু বৌদ্ধিক সমাজৰ সঁহাৰি — দিগন্ত ওজা
-জুবিনৰ গানৰ ‘কথা’ৰ তাৎপৰ্য আৰু কবিতাৰ ভাৱ-ঐশ্বৰ্যঃ দুটা চমু টোকা — ড॰ জ্যোতিষ্মান দাস
-গীতিকাৰ, সুৰকাৰ হিচাপে জুবিন গাৰ্গ — ভাৰ্গৱ বৰঠাকুৰ
-অন্ধ আকাশ, ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক — ড॰ অসীম চুতীয়া
-জুবিন গাৰ্গৰ মিচিং জনজাতীয় গীতৰ চৰ্চা — ড॰ বিনীতা মৰাং
-জুবিন গাৰ্গঃ এক ভাৰতীয়ত্বৰ প্ৰতীক — সপ্তষি বৰ্ধন
-ব্যক্তি সংকট আৰু সামূহিক সংকটৰ ছাপত জুবিন গাৰ্গৰ কবিতা — ড° সিদ্ধাৰ্থ গোস্বামী

 চলচ্চিত্ৰ বিষয়ক
-জুবিন গাৰ্গ আৰু অসমীয়া চিনেমা — মৃনাল কুমাৰ বৰা
-জুবিন গাৰ্গ আৰু চলচ্চিত্ৰ — সুজাতা হাতীবৰুৱা
-চিত্ৰ পৰিচালক জুবিন গাৰ্গ — বিকাশ দত্ত

 সমাজ / দৰ্শন / ৰাজনীতি
-সাংস্কৃতিক কৰ্মী হিচাপে জুবিন গাৰ্গ — ড॰ বিৰিঞ্চি কুমাৰ দাস
-বিশ্বায়নৰ পৰৱৰ্তী সময়ৰ অসমৰ শিল্প-সংস্কৃতিৰ অনুপম ৰূপকাৰজন — ৰত্না ভৰালী তালুকদাৰ
-জুবিন গাৰ্গৰ মনোজগত আৰু দৰ্শনঃ সামান্য আভাস — ঈশান জ্যোতি বৰা
-জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন — টুনুজ্যোতি গগৈ
-বিশ্বায়ন, অৰ্থনীতি আৰু জুবিন গাৰ্গ — ড॰ ৰাতুল কুমাৰ লাহন
এক গভীৰ অনাস্থাৰ গান (জুবিন গাৰ্গৰ গীতৰ ৰাজনৈতিক চেতনা) — পৰাগ কুমাৰ ডেকা
-পাৰিপাশ্বিৰ্ক দৃষ্টিৰে জুবিন গাৰ্গৰ গীত আৰু কবিতাত সংৰক্ষণ ভাৱনা — মানস প্ৰতীম দত্ত
-জুবিন গাৰ্গৰ গীতৰ সমাজতাত্ত্বিক অধ্যয়ন — বনিশা শইকীয়া
-জুবিন গাৰ্গ, অনুৰাগী সংস্কৃতি আৰু ইয়াৰ ভৱিষ্যত — ড॰ পৰিস্মৃতা হাজৰিকা
-জুবিন গাৰ্গ আৰু বলিউড— হেমন্ত শৰ্মা তামুলী
-জুবিন গাৰ্গৰ চিন্তন-মননত পৰিৱেশ ভাবনা — পূবালী বৰা

গ্ৰন্থখন ক্ৰয়ৰ বাবে যোগাযোগ কৰকঃ 7002949516

#অস্তিত্ব_অপৰাজেয় #asomiyasahityasanmilani #ZubeenGarg #bookrelease

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top