ফণীন্দ্ৰনাথ গায়নদেৱলৈ সদস্য বৰেণ্য সন্মান প্ৰদান
অসমীয়া সাহিত্য সন্মিলনীৰ “সদস্য বৰেণ্য” সন্মান প্ৰদান অনুষ্ঠানৰ সফল সামৰণি। পুৰণিগুদামৰ বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী ফণীন্দ্ৰনাথ গায়নলৈ ‘’সদস্য বৰেণ্য’’ সন্মান। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাঙ্গণত আজি ৮ আগষ্ট (২০২৬) তাৰিখে অসমীয়া সাহিত্য সন্মিলনীৰ “সদস্য বৰেণ্য” সন্মান প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে সন্মিলনীৰ ২০২৫-২৭ বৰ্ষৰ […]
ফণীন্দ্ৰনাথ গায়নদেৱলৈ সদস্য বৰেণ্য সন্মান প্ৰদান Read More »












