Author name: sanmilani

অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান

অসমীয়া সাহিত্য সন্মিলনীৰ টিংখাং শাখা আৰু টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত বক্তৃতানুষ্ঠানৰ বিষয়ঃ ভাষণ কলা ৷ বক্তাঃ অধ্যাপক মুকুল চক্ৰৱৰ্তী (সন্মানীয় সভাপতি, অসমীয়া সাহিত্য সন্মিলনী) দিনাংকঃ ১৬ জুলাই, ২০২৫ ৷৷ সময়ঃ ৪ বজাৰ পৰা ৷৷ স্থানঃ সাই ভৱন, ৰাজগড়, ডিব্ৰুগড়

অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান Read More »

বাক আৰু বাৰ্তা ৷ বিষ্ণু ৰাভা দিৱস উপলক্ষ্যে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান

বিষয়ঃ বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতা আৰু জীৱন একেটা সুৰতে বন্ধাবক্তাঃ অধ্যাপক মুকুল চক্ৰৱৰ্ত্তী (সন্মানীয় সভাপতি, অসমীয়া সাহিত্য সন্মিলনী)দিনাংকঃ ২০ জুন, সন্ধিয়া ৭.৩০ বজাৰ পৰাGoogle Meet: meet.google.com/vgg-puyu-dvf আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ

বাক আৰু বাৰ্তা ৷ বিষ্ণু ৰাভা দিৱস উপলক্ষ্যে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৫-২৭ প্ৰথম কাৰ্যনিৰ্বাহক সভা

তাৰিখঃ ১৮-০৫-২০২৫ ৷৷ স্থানঃ মুখ্য কাৰ্যালয় (জ্যোতিভাৰতী, আলোকধাম)

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৫-২৭ প্ৰথম কাৰ্যনিৰ্বাহক সভা Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন)

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ তৃতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ আলোকচিত্ৰ স্থানঃ ভাঙৰা গোসাঁই থান, সোণকুৰিহা৷ তাৰিখঃ ৩০/৩/২৫ কাৰ্যসূচী পুৱা ৯ বজাৰ পৰা নলবাৰী জিলাভিত্তিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে অধ্যাপক অনুৰাধা শৰ্মাই। প্ৰায় ৬ কিলোমিটাৰ দূৰত্বৰে এই শোভাযাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। ১

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন) Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (দ্বিতীয় দিন)

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ দ্বিতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আলোকচিত্ৰ। পুৱা ৭ বজাত পতাকা উত্তোলন কৰে নলবাৰী জিলা সাহিত্য সন্মিলনীৰ সভাপতি লক্ষ্মী নাৰায়ণ বৰ্মনে। স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰজউদ্দিন আহমেদে। ইয়াৰ পাছতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্‌ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী অৰূপ বৰপূজাৰীয়ে। ১০ বজাৰ

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (দ্বিতীয় দিন) Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে ২০২৩-২৫ বৰ্ষত আয়োজন কৰা অনুষ্ঠানসমূহৰ কিছু ৰেঙণি

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে ২০২৩-২৫ বৰ্ষত আয়োজন কৰা অনুষ্ঠানসমূহৰ কিছু ৰেঙণি Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা প্ৰতিযোগিতা

সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ তৃতীয় দিনা জিলাভিত্তিক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জিলাখনৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অংশগ্ৰহণ কৰিবলৈ জনোৱা হ’ল৷

অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা প্ৰতিযোগিতা Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম নলবাৰী অধিৱেশন

স্থানঃ গঙ্গা পখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণকুৰিহা, নলবাৰী জিলা তাৰিখঃ ১৪, ১৫, ১৬ চ’ত, ১৪৩১ ভাস্কৰাব্দ (২৮, ২৯, ৩০ মাৰ্চ ২০২৫ খ্ৰীষ্টাব্দ) সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ৷

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম নলবাৰী অধিৱেশন Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সংগীত প্ৰতিযোগিতা।

মাৰ্চ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সন্মিলনীৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি ফেচবুকৰ মাধ্যমেৰে অসম ভিত্তিক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নিৰ্বাচিত গীত ‘অসমীয়া ভাষা মোৰ চিৰ চেনেহী’https://youtu.be/3r-QrVRHqKc?si=-cJ3s9GMWU_SymrQ(সন্মীলনী সংগীত। কথাঃ অধ্যাপক দিলীপ বৰা আৰু সুৰঃ স্বৰ্গীয় যজ্ঞ বেজবৰুৱা) প্ৰতিযোগিতাৰ নিয়মাৱলী ক। সময়সীমাঃ ১ মাৰ্চৰ পৰা ২০ মাৰ্চ, ২০২৫লৈ।খ। প্ৰতিযোগীৰ বয়সৰ সীমাঃ ৮ বছৰৰ পৰা ১৫

অসমীয়া সাহিত্য সন্মিলনীৰ সংগীত প্ৰতিযোগিতা। Read More »

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু বক্তৃতা অনুষ্ঠান’।

১০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে অসমীয়া সাহিত্য সন্মিলনীৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হয়৷ ডঃ শিখামণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটি সন্মিলনী সংগীতেৰে আৰম্ভ কৰা হয়৷ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে সভাৰ প্ৰথমতেই ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি চমু মন্তব্য প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক,

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু বক্তৃতা অনুষ্ঠান’। Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে আয়োজন কৰা ‘বঁটা প্ৰদান’ অনুষ্ঠানটি ২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত সফলভাৱে সমাপ্ত হয়৷ দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানটিত সভাপতিত্ব কৰে সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ

অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন Read More »

Scroll to Top