অসমীয়া সাহিত্য সন্মিলনীৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ আয়োজন
📌 ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে আয়োজন কৰা হৈছে “বাক আৰু বাৰ্তা” শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান। 🗓 তাৰিখ: ২১ ফেব্ৰুৱাৰী, ২০২৬⏰ সময়: সন্ধিয়া ৭.০০ বজাৰ পৰা 🎙 বিষয়: আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস: ইতিহাস আৰু তাৎপৰ্য 🗣 বক্তা: অধ্যাপক অনুৰাধা শৰ্মা(আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়) সকলো ভাষাপ্ৰেমী আৰু সাহিত্যৰসিকক এই […]
অসমীয়া সাহিত্য সন্মিলনীৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ আয়োজন Read More »



