‘ৰাজ্যিক সদস্য পদ’ৰ প্ৰ-পত্ৰ
‘ৰাজ্যিক সদস্য পদ’ কি ? অসমীয়া সাহিত্য সন্মিলনীৰ ‘ৰাজ্যিক সদস্য’ পদটি সন্মিলনীৰ এটি সন্মানীয় পদ৷ ৰাজ্যিক সদস্য হিচাপে এই পদৰ সদস্যসকলে অসমীয়া সাহিত্য সন্মিলনীৰ সামগ্ৰিক কাৰ্যক্ৰমণিকাত পোনপটীয়াকৈ অংশ লোৱাৰ সুবিধা লাভ কৰিব৷ অসমীয়া সাহিত্য সন্মিলনীৰ নীতি-নিয়ম, আইন-কানুন আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰণতো এই সদস্যসকলে পোনপটীয়াকৈ অংশ ল’ব পাৰিব৷ তেওঁলোকক সন্মিলনীৰ সক্ৰিয় সদস্য হিচাপে স্বীকৃতি দিয়া […]
‘ৰাজ্যিক সদস্য পদ’ৰ প্ৰ-পত্ৰ Read More »