সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ তৃতীয় দিনা জিলাভিত্তিক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জিলাখনৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অংশগ্ৰহণ কৰিবলৈ জনোৱা হ’ল৷