📌 ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে আয়োজন কৰা হৈছে “বাক আৰু বাৰ্তা” শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান।
🗓 তাৰিখ: ২১ ফেব্ৰুৱাৰী, ২০২৬
⏰ সময়: সন্ধিয়া ৭.০০ বজাৰ পৰা
🎙 বিষয়: আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস: ইতিহাস আৰু তাৎপৰ্য
🗣 বক্তা: অধ্যাপক অনুৰাধা শৰ্মা
(আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)
সকলো ভাষাপ্ৰেমী আৰু সাহিত্যৰসিকক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আন্তৰিক আমন্ত্ৰণ জনালোঁ।
🔗 Google Meet: https://meet.google.com/sea-ypiq-bhr

