মহোদয়/মহোদয়া,
নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অহা ১৪ মে’, ২০২৩ ইং তাৰিখ, দেওবাৰে দিনৰ ১১ বজাত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বাইহাটা চাৰিআলিৰ মদন কামদেৱ মন্দিৰৰ সমীপত স্থিত ‘জ্যোতিভাৰতী’ আলোকধামত অনুষ্ঠিত হ’ব। সেয়েহে অসমীয়া সাহিত্য সন্মিলনীৰ ন-পুৰণি সমিতিৰ বিষয়ববীয়া তথা সদস্যবৃন্দক আমন্ত্ৰণ জনোৱা হ’ল। আশাকৰোঁ আপোনালোকৰ উপস্থিতি আৰু বহুমূলীয়া পৰামৰ্শই অসমীয়া সাহিত্য সন্মিলনীক সমৃদ্ধ কৰিব।
এই বাৰ্তাটোৰ সৈতে সন্মিলনীৰ সদস্য পদৰ বাবে এখন গুগ’ল ফৰ্ম সংলগ্ন কৰি দিয়া হৈছে৷ (ইয়াত ক্লিক কৰক https://forms.gle/JcfjVsYhrfBohkJA9) আপুনি ইয়াৰ জৰিয়তে অসমীয়া সাহিত্য সন্মিলনীৰ এজন সন্মানীয় সদস্য হিচাপে আমাৰ মাজলৈ আহিব পাৰে৷ আপোনাৰ পৰা ইতিবাচক সঁহাৰি পালে পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰা হ’ব৷
সন্মিলনীৰ সামাজিক মাধ্যমৰ সবিশেষ
সন্মিলনীৰ Blog একাউণ্টৰ লিংক
–https://sanmilani.blogspot.com
– সন্মিলনীৰ Facebook একাউণ্টৰ লিংক
https://www.facebook.com/asomiyasahityasanmiloni?mibextid=ZbWKwL
– সন্মিলনীৰ Youtube একাউণ্টৰ লিংক
https://www.youtube.com/@dr.sikhamanisarma3474
– সন্মিলনীৰ Instagram একাউণ্টৰ লিংক
https://www.instagram.com/asomiyasahityasanmilani
সন্মিলনীৰ Twitter একাউণ্টৰ লিংক
Tweets by ASSanmilani2013
ভবদীয়
ভাস্কৰ ভূঞা
(প্ৰধান সম্পাদক)
অসমীয়া সাহিত্য সন্মিলনী
(Sanmilani.com)