অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
আগন্তুক ৯ আৰু ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে৷ আলোচনা চক্ৰৰ বিষয় হৈছে- অসমীয়া ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান৷ উল্লেখ্য যে আগন্তুক ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখটো হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ এই দিৱসৰ সংগতি ৰাখি সাহিত্য […]












