বাতৰি

অসমীয়া সাহিত্য সন্মিলনীৰ সংগীত প্ৰতিযোগিতা।

মাৰ্চ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সন্মিলনীৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি ফেচবুকৰ মাধ্যমেৰে অসম ভিত্তিক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নিৰ্বাচিত গীত ‘অসমীয়া ভাষা মোৰ চিৰ চেনেহী’https://youtu.be/3r-QrVRHqKc?si=-cJ3s9GMWU_SymrQ(সন্মীলনী সংগীত। কথাঃ অধ্যাপক দিলীপ বৰা আৰু সুৰঃ স্বৰ্গীয় যজ্ঞ বেজবৰুৱা) প্ৰতিযোগিতাৰ নিয়মাৱলী ক। সময়সীমাঃ ১ মাৰ্চৰ পৰা ২০ মাৰ্চ, ২০২৫লৈ।খ। প্ৰতিযোগীৰ বয়সৰ সীমাঃ ৮ বছৰৰ পৰা ১৫

অসমীয়া সাহিত্য সন্মিলনীৰ সংগীত প্ৰতিযোগিতা। Read More »

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু বক্তৃতা অনুষ্ঠান’।

১০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে অসমীয়া সাহিত্য সন্মিলনীৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হয়৷ ডঃ শিখামণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটি সন্মিলনী সংগীতেৰে আৰম্ভ কৰা হয়৷ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে সভাৰ প্ৰথমতেই ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি চমু মন্তব্য প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক,

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু বক্তৃতা অনুষ্ঠান’। Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে আয়োজন কৰা ‘বঁটা প্ৰদান’ অনুষ্ঠানটি ২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত সফলভাৱে সমাপ্ত হয়৷ দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানটিত সভাপতিত্ব কৰে সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ

অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা৷

অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ড॰ ভাস্কৰ ভূঞাই কাকতলৈ পঠোৱা এক বিবৃতি যোগে জনায় যে– সন্মিলনীয়ে প্ৰতিটো প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰি অহা বঁটাসমূহৰ মনোনয়নৰ বাবে গঠন কৰা বিশেষ সমিতিয়ে এইবাৰৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে৷ ইতিমধ্যে সন্মিলনীৰ মাননীয় সভাপতি বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱে বিশেষ সমিতিৰ মনোনয়নত অনুমোদন জনাইছে৷ সেই অনুসৰি এইবাৰৰ !অম্বিকাচৰণ চৌধুৰী ইতিহাস

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা৷ Read More »

‘ভাষা গৌৰৱ সপ্তাহ’ৰ সৈতে সংগতি ৰাখি ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ বক্তৃতা অনুষ্ঠান।

বক্তাঃ ডঃ জলি ৰুমী বৰা (অসমীয়া ৱিকিমিডিয়ান, সংৰক্ষিত ক্ষেত্ৰ বিশেষজ্ঞ, ভেনকুভাৰ, কানাডা)বক্তৃতাৰ বিষয়ঃ নব্য মাধ্যমত অসমীয়া ভাষা প্ৰয়োগৰ প্ৰয়োজনীয়তা আৰু ৱিকিমিডিয়াৰ গতি-প্ৰকৃতি দিনাংকঃ ১১ নৱেম্বৰ, সোমবাৰ, ৮ বজাৰ পৰাগুগ’ল মীটঃ https://meet.google.com/aes-fmrk-xch

‘ভাষা গৌৰৱ সপ্তাহ’ৰ সৈতে সংগতি ৰাখি ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ বক্তৃতা অনুষ্ঠান। Read More »

বিষ্ণু ৰাভা দিৱস উপলক্ষে বক্তৃতা আৰু সজাগতা অনুষ্ঠান

বিষ্ণু ৰাভা দিৱস উপলক্ষে ‘অসমীয়া সাহিত্য সন্মিলনী’ আৰু লখিমপুৰ জিলাৰ ফুলবাৰী অঞ্চলৰ ২ নং ফুলবাৰী ব্লক প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয়ৰ সভাকক্ষত এটি বক্তৃতা অনুষ্ঠান আৰু এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে শাস্ত্ৰী স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰবীণ মেধি উপস্থিত থাকে। তদুপৰি এই বক্তৃতানুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা

বিষ্ণু ৰাভা দিৱস উপলক্ষে বক্তৃতা আৰু সজাগতা অনুষ্ঠান Read More »

আন্তঃৰাষ্ট্ৰীয় ভাষা দিৱস উপলক্ষ্যে বক্তৃতানুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষ্যে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতানুষ্ঠান৷বিষয়ঃ শিশুৰ বৌদ্ধিক-মানসিক বিকাশত মাতৃভাষাৰ গুৰুত্ববক্তাঃ ড০ হীৰা মান্না দাসসহকাৰী অধ্যাপক, অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ তাৰিখঃ ২১ ফেব্ৰুৱাৰী, ২০২৪

আন্তঃৰাষ্ট্ৰীয় ভাষা দিৱস উপলক্ষ্যে বক্তৃতানুষ্ঠান Read More »

অসমীয়া সাহিত্য সন্মিলনীৰ সাহিত্য উৎসৱ আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

৯ আৰু ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু সাহিত্য উৎসৱৰ আয়োজন কৰা হয়৷ ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ যুটীয়া উদ্যোগত ‘ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান’’ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয় দিনা নগাঁও প্ৰেছ ক্লাৱত সাহিত্য উৎসৱটি আয়োজন কৰা

অসমীয়া সাহিত্য সন্মিলনীৰ সাহিত্য উৎসৱ আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰ Read More »

হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতানুষ্ঠান

বক্তাঃ ডঃ অৰবিন্দ ৰাজখোৱা (বিশিষ্ট লেখক, অধ্যাপক, নৰ্থ লখিমপুৰ কলেজ) ৭ ডিচেম্বৰ, ২০২৩ তাৰিখে কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে অসমীয়া সাহিত্য সন্মিলনীয়ে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ এই বক্তৃতাটো প্ৰদান কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই৷ বক্তৃতাটিৰ বিষয় হৈছে- ‘হোমেন বৰগোহাঞি আৰু আধুনিক অসম’৷ নিৰ্দিষ্ট দিনটোত সন্ধ্যা ৭ বজাৰপৰা অনলাইন মাধ্যমেৰে এই

হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতানুষ্ঠান Read More »

অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

আগন্তুক ৯ আৰু ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে৷ আলোচনা চক্ৰৰ বিষয় হৈছে- অসমীয়া ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান৷ উল্লেখ্য যে আগন্তুক ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখটো হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ এই দিৱসৰ সংগতি ৰাখি সাহিত্য

অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ Read More »

‘অসমীয়া সাহিত্য সন্মিলনী’ আৰু টিংখাং কলেজৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

টিংখাং কলেজ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ যৌথ উদ্যোগত ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষ্যে ৮-০৯-২০২৩ তাৰিখে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনত সহযোগ কৰে টিংখাং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ ডিব্ৰুগড় মণ্ডলে ৷কৰ্মশালাখনৰ প্ৰথমখন সত্ৰত “ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাত সমাজ বাস্তৱতা” শীৰ্ষক বক্তৃতা প্ৰদান কৰে

‘অসমীয়া সাহিত্য সন্মিলনী’ আৰু টিংখাং কলেজৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা Read More »

বিষ্ণু ৰাভা দিৱস উপলক্ষে বক্তৃতা অনুষ্ঠান

অসমীয়া সাহিত্য সন্মিলনীৰ ‘বিষ্ণু ৰাভা দিৱস’ উদযাপন। ২০ জুন, ২০২৩ তাৰিখে ’অসমীয়া সাহিত্য সন্মিলনী’য়ে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষ্যে “অসম-বংগৰ সম্পৰ্ক আৰু বিষ্ণুপ্ৰসাদ ৰাভা” শীৰ্ষক এটি মননশীল বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে ৷ কলিকতাৰ সাহিত্যিক, অনুবাদক বাসুদেৱ দাসে এই বক্তৃতাটো প্ৰদান কৰে ৷ দাসে অসম আৰু বাংলাদেশৰ সাংস্কৃতিক, সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰাৰ

বিষ্ণু ৰাভা দিৱস উপলক্ষে বক্তৃতা অনুষ্ঠান Read More »

Scroll to Top